Essay Assamese language #floweressay
ফুল ভগৱানে সৃষ্টি কৰা সকলোতকৈ ডাঙৰ উপহাৰ হয় । ফুলৰ জীৱনটো এক কলীৰ পৰা আৰম্ভ হয় য়েতিয়া কলীৰ পৰা বাহিৰত ওলাই আহে তেতিয়া ফুললৈ ৰূপান্তৰ হয়। এদিন ফুল নস্ত হৈ যায় , যেনেকৈ মানৱৰ জীৱন চক্ৰৰ নিছিনা।
আমাৰ জীৱনতো ফুলৰ লগত তুলনা কৰিব পাৰোঁ, ফুলৰ জীৱনৰ সৈতে। ফুল সুন্দৰতা শ্ৰোত হয় । ফুলৰ ওপৰত আধাৰিত ডিজাইন সমূহ সকলোকে বহুত আকৰ্ষণ কৰে।ফুল ভিন্ন ৰঙৰ আছে। ফুলৰ ৰঙ পৰিৱেশৰ সৈতে ফুলি উঠে ।
Exclusive deal and coupon

ফুলৰ নাম সমূহ তগৰ ফুল, নীলপদ্ম, নাৰ্জী, জবা ফুল, নাহৰ ফুল, কুনজ্ঞ লতা, দলিয়া, ধতুৰা, অমৰ লতা, খৰীকা জাজাই, চম্প্পা ফুল , গোলাপ ফুল। গুলাব জল বহুত উপয়োগী হয় কাৰণ ইয়াৰ উপয়োগে চাবোনক স্নান কৰাত সহায় কৰে। কেক তৈয়াৰ কৰোঁতেও নানান ফুলৰ প্ৰয়োজন হয়। ফুল প্ৰাকৃতিক সুন্দ্দৰতাৰ সকলোতকৈ ডাঙৰ উদাহৰণ হয়।ফুল কবিতাৰ বিষ়য় আৰু প্ৰাকৃতিক ৱৰণ ফুলৰ অৱিহনে সম্ভৱ নহয়। ফুলৰ সুন্দৰজৰ্তা পৃথিৱীৰ সৰ্ব্সৃষ্টি কবিয়ে গাইছে। ফুলৰ মধুৰ সুগন্ধি উখাহ নিশাহ লোৱাত সহায় কৰে।
Read more blog