Assamese essay student duty essay in Assamese language essay 10 lines
Assamese essay student duty
প্ৰতেক ছাত্ৰৰ কৰ্তব্যে আৰু দায়িত্বৰ ওপৰত সম্পূৰ্ণ জ্ঞান হোৱা উচিত।
প্ৰতেক ছাত্ৰই উচিত শিক্ষা লোৱা উচিত যাতে দেশৰ ভাল নাগৰিক হৈ এজন সফল ব্যক্তি হব পাৰে।
সকলোতকৈ মহত্বপূৰ্ণ গুণ সভত্যা , আৰু ভাল চলিত্ৰ বান হোৱা ।
প্ৰতেক ছাত্ৰৰ লগত ধ্যান, দায়িত্ব, কঠোৰ পৰিশ্ৰম , প্ৰতিব ধ্তা, সময়ৰ সৈতে আগৱঢ়া , ডাঙৰ প্ৰতি সন্মান গুণ থকা উচিত ।
প্ৰতেক ছাত্ৰ অভিভাৱক আৰু শিক্ষা গুৰুৰ প্ৰতি দায়িত্বশিল হোৱা উচিত ।
প্ৰতেক ছাত্ৰই ভাল অভাস হোৱা উচিত আৰু ভাল ব্যৱহাৰ হোৱা উচিত। Assamese essay
Exclusive coupon

প্ৰতেক ছাত্ৰই বিনম্ৰ হোৱা উচিত আৰু কৰ্তব্য পূৰ্ণ হোৱা উচিত।
প্ৰতেক ছাত্ৰই নিয়মীয়াকৈ ব্যম য্যুগসন কৰা উচিত ।
প্ৰতেক ছাত্ৰই ক্ৰিয়াত মনযোগ দিয়া উচিত ।
প্ৰতেক ছাত্ৰই বেয়া অভ্যাসবোৰ আঁতৰাই দিয়া উচিত আৰু ভাল অভাস লোৱা উচিত।
Read more blog