Assamese Quotes Assamese language
প্রিয় মানুহ জন এৰি থৈ গলেও হয়তাে ইমান কষ্ট নহয়। যিমান কষ্ট এই আপােন মানুহজন সলনি হৈ গলে হয়।
সকলো মানুহে নিজ নিজ সমস্যাৰ দ্বাৰা জজৰিত, কি জানি তুমি নিজেও তোমাৰ সমস্যাৰ | সৈতে যুঁজি আছা, সেই কাৰণে সকলোৰে প্ৰতি পাৰ্যমানে সদয় হ’বা আৰু শান্তিত থাকা।
Assamese Quotes
পৃথিবীৰ সকলােতকৈ দুর্বল স্থান হ’ল মানুহৰ মন, আৰু সকলোতকৈ দুর্বল অস্ত্র ‘ভালপোৱা’ |
জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰক যিয়ে আমি কোনেও নাজানে জীৱন আৰু কিমান বাকী !
Assamese Quotes
এটা সম্পর্ক জীয়াই ৰাখিবলৈ ।কেতিয়াবা অন্ধ। কেতিয়াবা ক’লা আৰু কেতিয়াবা বােবা হোৱাৰ প্রয়োজন হয়।
“জীৱনৰ বাটত যদি প্রকৃত মানুহ পোৱা নাযায়, তেন্তে মৃত্যুলৈকে আপুনি চিঞৰিব লাগিব জীৱনৰ প্রকৃত অর্থ বুজিবলৈ”|
Browse Unlimited coupon
বুজাবলৈ বহুত আছে। কিন্তু বুজিবলৈ হে কোনাে নাই সেয়ে সদায় হাঁহি থাকা |
আপুনি গুৰত্ব দিবলৈ এৰি দিয়ক; মানুহে আপোনাক আঘাত কৰিবলৈ কৰি দিব
Assamese Quotes
কাৰোবাক লৈ এই যান্ত্রিক জীৱনৰ পৰা বহু দূৰলৈ পলাই যাম। কিন্তু কলৈ যাম সেই ঠাইখিনি নাজানো। আৰু কাক লৈ পলাম? সেই মানুহজনেইতাে নাই |
জীৱনত এনে এজন মানুহৰ প্ৰয়োজন যিজনে একমাত্র জীৱনসংগী হৈ নহয় জীৱনৰ অঙ্গ হৈ থাকে |

Read more blog assamese people , assamese , quotes in assamese song .